হ’ম  /  প্ৰডাক্টসমূহ  /  দান্তাওৰাম
dantauram

দান্তাওৰাম হৈছে গ’লৱেৰ দাঁতৰ যত্নৰ ৰেঞ্জ| এই প্ৰডাক্টৰ লানিয়ে সমৃদ্ধশালী জৈৱিক উপাদানৰ সৈতে প্ৰাকৃতিক ভাবে সুৰক্ষিত দাঁতৰ সমাধান প্ৰদান কৰাই নহয়, বৰঞ্চ গোটেই মুখৰ ভিতৰৰ আলু, দাঁতৰ গুৰি আৰু নাৰ্ভৰকে সাঙুৰি লৈছে|.

নিয়মিতভাবে এই প্ৰডাক্ট ব্যৱহাৰ কৰিলে দাঁত সুস্থ আৰু দাঁতৰ আলু মজবুত হৈ উঠে|

দান্তাওৰামৰ ধাৰণা জন্ম হৈছিল ইতিবাচক অনুভূতি বিয়পাই দিয়াৰ প্ৰয়োজনীয়তাৰ পৰা, যাৰ বাবে হাঁহিৰ যাদুকৰী সৌন্দৰ্য ৰক্ষা আৰু বৃদ্ধি কৰাৰ বাহিৰে ভাল উপায় নাই|

“হাঁহিয়েই হৈছে একমাত্ৰ বক্ৰৰেখা যি কেইবাটাও কথা চিধা কৰি ৰাখিব পাৰে”- এই কথাৰ সৈতে সংগতি ৰাখি আমি আপোনাৰ মৌখিক স্বাস্থ্য আৰু সৌন্দৰ্যৰ যত্ন ল’বৰ বাবে অংগীকাৰবদ্ধ|

আমি এই কথা লৈ গৌৰৱ কৰোঁ যে আমাৰ টুথপেষ্টসমূহে সৰ্বোচ্চ মানৰ সতে সামঞ্জস্য ৰাখে আৰু এই বিলাক ১০০% নিৰামিষ|


সেউজ জেল টুথপেষ্ট

M.R.P. :- Rs. 70/-

Net Wt. :- 150 g


হাৰ্বেল পঞ্চতত্ব টুথপেষ্ট

M.R.P. :- Rs 90/-

Net Wt. :- 150 g