হ’ম  /  প্ৰডাক্টসমূহ  /  কল্কিম
kalkim

আপোনাৰ সৌন্দৰ্যৰ বাবে

“ভেলী অব ফ্লাৱাৰ্ছ”ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা “কল্কিম” এগৰাকী মহিলাক সুন্দৰ দেখিবলৈ, সুগন্ধি হ’বলৈ আৰু সৌন্দৰ্য অনুভৱ কৰাবৰ বাবে প্ৰস্তুত কৰা হৈছে|

আপুনি যেতিয়া সুন্দৰ হৈ উঠে, আপুনি সুন্দৰ অনুভৱো কৰিবলৈ ধৰে, আপুনি আপোনাৰ স্বপ্নৰ ফালে আগুৱাই যাবলৈ সাজু হৈ উঠে|

কল্কিম ৰেঞ্জখিনি একচেটিয়াভাবে মহিলাৰ বাবে ডিজাইন কৰা হৈছে যাতে তেওঁলোকৰ ব্যক্তিত্ব, যাদু আৰু বাসনা- আটাইকেইটা উপাদানৰ ভালদৰে প্ৰতিপালন হয়|

ফুল আৰু সৌন্দৰ্যৰ সৈতে কল্কিমৰ এই বন্ধন ইয়াৰ সক্ৰিয় প্ৰাকৃতিক উপাদানৰ মিশ্ৰণৰ দ্বাৰা তৈয়াৰী সামগ্ৰী আৰু তাৰ সৌন্দৰ্যবৰ্দ্ধক ক্ষমতাৰ দ্বাৰা উদ্ভাসিত হৈ উঠে|

কল্কিম প্ৰডাক্ট ৰেঞ্জ চিহ্নিত হয় সুকোমল পুষ্পৰ সুবাসৰ দ্বাৰা যি নাৰীত্বৰ পৰিসীমাকে দাঙি ধৰে|

কছমেটিক প্ৰযুক্তিক ভাৰতীয় মহিলাৰ গভীৰ প্ৰয়োজনীয়তাৰ সতে যুক্ত কৰি, কল্কিমে ইয়াৰ উপভোক্তাসকলক ইয়াৰ অনন্য প্ৰডাক্টৰ যোগেদি এক ব্যাপক সৌন্দৰ্যবৰ্দ্ধক অভিজ্ঞতা প্ৰদান কৰে|


Lavender Night Cream

M.R.P. :- Rs. 263/-

Net Wt. :- 75 g


BB CREAM

M.R.P. :- 289

Net Wt. :- 30 g


FAIRNESS CREAM - WOMEN

M.R.P. :- Rs. 209/-

Net Wt. :- 100 g


ROSE DAY CREAM

M.R.P. :- Rs. 209/-

Net Wt. :- 75 g


BEAUTY SOAP

M.R.P. :- Rs. 33/-

Net Wt. :- 100 g