হ’ম   /  আমাৰ বিষয়ে  /   লক্ষ্য আৰু উদ্দেশ্য

লক্ষ্য আৰু উদ্দেশ্য :-

shadow

দৰ্শন

উচ্চমানৰ প্ৰডাক্ট প্ৰদান্ৰ যোগেদি ফ্ৰী এন্টাৰপ্ৰাইজৰ মানসিকতাক আগুৱাই নি, মানুহৰ জীৱনলৈ সমৃদ্ধি আনি বিশ্বজনীন ডাইৰেক্ট চেলিং উদ্যোগত এক সোণালী স্থান লাভ কৰা|

মিশ্বন

প্ৰতিজন গ্ৰাহকৰ চাহিদা পূৰণ কৰিব পৰাকৈ কমদামত প্ৰডাক্ট উপলব্ধ কৰোৱা আৰু নিৰন্তৰ মানদণ্ড উন্নত কৰাত ধ্যান আৰু অনন্য ৰেঞ্জৰ বিশেষভাবে নিৰ্মিত, সু-গৱেষিত প্ৰডাক্টৰ নিৰ্মাণ কৰা| একেসময়তে প্ৰডাক্টৰ মাৰ্কেটিং আৰু স্বাধীন পৰিবেশকৰ দ্বাৰা বিক্ৰীৰ বাবে ফ্ৰী এন্টাৰপ্ৰাইজ ভিত্তিক বিজনেছ প্ৰছেছ আউটছ’ৰ্ছিং মডেলৰ ভিত্তিত এক সৰ্বোত্তম ব্যৱসায়ৰ প্লেনৰ নিৰ্মাণ কৰা| সততা আৰু অখণ্ডতাৰ সতে আগবাঢ়ি যাওঁতে গ্লে’জে ব্যৱসায়িক অংশীদাৰ আৰু কৰ্মচাৰীসকলৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখি তেওঁলোকৰ সম্ভাব্য উন্নয়নৰ বাবে ডিষ্ট্ৰিবিউশ্যন চেনেলৰ ক্ষমতা, সামৰ্থ্য আৰু বিশ্বাসযোগ্যতা নিৰ্মাণ কৰাৰ লক্ষ্য ৰাখে|

আমাৰ মানসমূহ

ধনাত্মক মনোভাৱ : সফল হ’বৰ বাবে

জ্ঞানৰ অন্বেষণ: নিজকে ক্ষমতাশালী কৰি তুলিবলৈ

সংকল্প: পথত টিকি থকাৰ

সাহস: প্ৰত্যাহবান ৰোধ কৰিবলৈ

নম্ৰতা: আনৰ পৰা শিকিবলৈ

সৃজনশীলতা: মধ্যবিত্তৰ পৰা উধাবলৈ

নেতৃত্ব: উদাহৰণৰ দ্বাৰা নেতৃত্ব দিবলৈ

দলবদ্ধতা: সমবায় প্ৰতিভাৰ তালমেল স্থাপন কৰি বিকাশৰ বাবে লিভাৰেজ কৰা

দায়বদ্ধতা: সম্পূৰ্ণ দায়িত্ব বহন

পেশ্যন: সফলতাৰ বাবে ক্ষুধা

মানদণ্ড: শ্ৰেষ্ঠত্ব নিশ্চিত কৰা