হ’ম  /  প্ৰডাক্টসমূহ  /  নিউট্ৰিফ্ল
kalkim

উত্তম পুষ্টিয়েই হৈছে আমাৰ লক্ষ্য

গ’লৱেৰ নিউট্ৰিফ্ল’ হৈছে আপুনি আৰু আপোনাৰ পৰিয়ালৰ বাবে সুস্বাস্থ্যকৰ পছন্দ| ই দৈনিক ভিত্তিত প্ৰয়োজন হোৱা পুষ্টি যেনে শক্তি, বৃদ্ধি, বল আৰু প্ৰতিৰক্ষা আদিত ধ্যান আৰোপ কৰে| নিউট্ৰিফ্ল’ ৰেঞ্জ নিৰ্মাণ কৰা হৈছে সৰ্বোত্তম উত্‍সৰ পৰা অনা বৈজ্ঞানিকভাবে প্ৰমাণিত উপাদানৰ সৈতে, যি এক সুস্থ জীৱনশৈলীৰ বাবে প্ৰয়োজনীয় আটাইখিনি খাদ্যৰ চাহিদা পূৰ্ণ কৰে| সুস্বাস্থ্যৰ বাবে পছন্দৰ আহাৰ প্ৰতিস্থাপন কৰাত ধ্যান দিয়াৰ বিপৰীতে গ’লৱেৰ নিউট্ৰিফ্ল’ ৰেঞ্জত আহাৰক স্বাস্থ্যবান আৰু পুষ্টিকৰ কৰি তোলাৰ বাবে পৰিপূৰকৰ ব্যৱহাৰত অধিক ধ্যান প্ৰদান কৰা হয়| সুস্বাস্থ্যৰ বাবে নিতৌ নিউট্ৰিফ্ল’ ৰেঞ্জৰ ব্যাৱহাৰ কৰক আৰু স্বাস্থ্যবান হৈ ৰওক|

Galvita Multi Nutritional Powder

Galvita Multi Nutritional Powder

M.R.P. :- Rs. 549/-

Net Wt. :- 200g

Soyway Protein powder

Soyway Protein powder

M.R.P. :- Rs 761/-

Net Wt. :- 200g

Leanfitz protein drink mix

Leanfitz protein drink mix

M.R.P. :- Rs. 1460/-

Net Wt. :- 500g

Spirulina

Spirulina

M.R.P. :- Rs. 456/-

Qty. :- 100 Tablets