হ’ম  /  প্ৰডাক্টসমূহ  /   ৰূপবম

আপোনাৰ ব্যক্তিত্বৰ উৎকৰ্ষসাধন

আপোনাৰ সৌন্দৰ্যৰ প্ৰৰি আকাংক্ষাৰ পৰাই গভীৰভাবে প্ৰেৰিত হয় উজ্জ্বলতা৷ ইয়াৰ উৎকৰ্ষৰ বাবেই প্ৰস্তুত কৰা হৈছে এই লানি বিশেষভাবে সৃষ্টি কৰা সামগ্ৰী, যি সমূহ বয়স, লিঙ্গ বা ছালৰ ৰং নিৰ্বিশেষে সকলোৱে ব্যৱহাৰ কৰিব পাৰে৷

এইবিধ সামগ্ৰীৰ নিয়মিত ব্যৱহাৰে ব্যক্তিগত পৰিচ্ছন্নতা নিশ্চিত কৰে আৰু ই আপোনাৰ ছালৰ উজ্জ্বলতা ঘূৰাই আনি আশ্চৰ্যকৰ উজ্জ্বলতা প্ৰদান কৰে৷

ৰূপভামৰ মূল সাৰমৰ্মতা নিহিত আছে দুটা শব্দত - ৰূপ (रूप) অৰ্থাৎ সৌন্দৰ্য আৰু আভাম (आभम) অৰ্থাৎ ‘উজ্জ্বলতা'৷

প্ৰতিবিধ ৰূপাভামৰ সামগ্ৰী প্ৰস্তুত কৰা হয় আমি বিশ্বাস কৰা সমস্ত জ্ঞান জীৱনৰ বৃহত্তৰ স্বাৰ্থত প্ৰয়োগৰ ক্ষেত্ৰত গভীৰ মেনোযোগেৰে, য'ত মানৱীয় প্ৰয়োজনৰ বৈচিত্ৰতা আৰু ঋতুকালীন তথা পৰিবেশগত অৱস্থাৰ কথাও বিবেচনা কৰা হয়৷

সৌন্দৰ্যৰ বিভিন্ন ধাৰণাৰ ওপৰত ভিত্তি কৰি ‘ৰূপাভাম' অতি সংবেদনশীল ছালকো পৰিপুষ্টি যোগাব পৰাকৈ নবতম সূত্ৰ উদ্ভাৱনৰ বাবে প্ৰাকৃতিক তথা প্ৰসাধনিক ৰসায়নৰ সংযোজন ঘটায়৷ পুৰুষ আৰু মহিলা নিৰ্বিশেষে ছাল, শৰীৰ আৰু চুলিৰ যতন লোৱা এলানি সামগ্ৰী আগবঢ়াইছে ৰূপাভামে৷
আমাৰ সামগ্ৰীসমূহ ৰুক্ষ প্ৰতিক্ৰিয়া মুক্ত৷


বডিৱাচ - বাদাম আৰু মৌযুক্ত

M.R.P. :- Rs. 250/-

Net Wt. :- 250 ml


বডিলোচন-আলমণ্ড এণ্ড চি বাটাৰ

M.R.P. :- Rs. 250/-

Net Wt. :- 250 ml


Pro-Keratin Hair serum

M.R.P. :- Rs. 257/-

Net Wt. :- 250 ml


Pro-Keratin Hair Shampoo

M.R.P. :- Rs. 325/-

Net Wt. :- 200 ml


এপ্ৰিকট স্ক্ৰাব

M.R.P. :- Rs. 105/-

Net Wt. :- 100 g


হালধি চন্দন এন্টিচেপ্টিক ক্ৰীম

M.R.P. :- Rs. 150/-

Net Wt. :- 50 ml


অৰেঞ্জ পিল-অফ মাস্ক

M.R.P. :- Rs. 126/-

Net Wt. :- 100 ml


চান স্ক্ৰীণ এচপিএফ- ৩੦

M.R.P. :- Rs. 250/-

Net Wt. :- 100 ml


পাপায়া ফেয়াৰনেচ ফেচ ৱাচ

M.R.P. :- Rs. 140/-

Net Wt. :- 100 ml


ভিটামিন-চি ফেচৱাচ

M.R.P. :- Rs. 120/-

Net Wt. :- 100 ml


নিম আৰু তুলসীযুক্ত ক্লেৰিফাইং ফেচৱাচ

M.R.P. :- Rs. 115/-

Net Wt. :- 100 ml


লাইম আৰু এল'ভেৰা হেণ্ডৱাচ

M.R.P. :- Rs. 136/-

Net Wt. :- 500ml


পঞ্চতত্বযুক্ত হাৰ্বেল চেম্পু

M.R.P. :- Rs. 127/-

Net Wt. :- 200 ml


আমলা হেয়াৰ অয়ল

M.R.P. :- Rs. 84/-

Net Wt. :- 200 ml


ভৃংগৰাজ হাৰ্বল হেয়াৰ অয়ল

M.R.P. :- Rs. 190/-

Net Wt. :- 200 ml


হাৰ্বেল হেনা

M.R.P. :- Rs. 35/-

Net Wt. :- 100 g


ক্লিয়েৰ কক'নাট হেয়াৰ অয়ল

M.R.P. :- Rs. 100/-

Net Wt. :- 200 ml


এন্টি-ডেণ্ড্ৰাফ চেম্পু

M.R.P. :- Rs. 207/-

Net Wt. :- 200 ml


ঠাণ্ডা ঠাণ্ডা হেয়াৰ অয়ল

M.R.P. :- Rs. 108/-

Net Wt. :- 200 ml


পেইন ৰিলিফ অইন্টমেন্ট

M.R.P. :- Rs. 51/-

Net Wt. :- 25 g


এন্টিবেকটেৰিয়েল ফেচ ক্লিনজাৰ

M.R.P. :- Rs. 175/-

Net Wt. :- 100 ml


ৰোজ স্কীন টোনাৰ

M.R.P. :- Rs. 125/-

Net Wt. :- 100 ml


ফ্লোৰেল টেলক

M.R.P. :- Rs. 115/-

Net Wt. :- 300 g


ঠাণ্ডা ঠাণ্ডা পাউদাৰ

M.R.P. :- Rs. 50/-

Net Wt. :- 100 g


টোটেল কেয়াৰ চপ

M.R.P. :- Rs. 25/-

Net Wt. :- 100 g


ৰিফ্ৰেচিং বাথ চপ

M.R.P. :- Rs. 45/-

Net Wt. :- 125 g