হ’ম  /  প্ৰডাক্টসমূহ  /  শ্ৰীগুণম
srigunam

পুৰুষৰ প্ৰতি সমৰ্পিত

প্ৰাচীন ন্যায় দৰ্শনৰ অনুসৰি সকলো সৃষ্ট সামগীবিলাক 24 গুণৰ অধীনত বৰ্ণনা কৰিব পৰা যায়| উদাহৰণ স্বৰূপে ৰূপ (appearance), গন্ধ (smell) বা স্পৰ্শ (touch)|

শ্ৰীগুণম হৈছে শ্ৰী (পুৰুষ) আৰু গুণৰ (Quality) সংমিশ্ৰণ, আৰু এই ৰেঞ্জৰ অধীনৰ প্ৰডাক্টসমূহ পুৰুষৰ প্ৰতি সমৰ্পিত; যি তেওঁলোকৰ মাজৰ নিহিত হৈ থকা প্ৰাকৃতিক গুণৰ বিকাশ ঘটাব পাৰে|

যিহেতু পুৰুষসকলে অনেক ভূমিকা পালন কৰিবলগীয়া হয় আৰু কৰ্মক্ষেত্ৰত অনেক দায়িত্ব সম্পন্ন কৰিবলগীয়া হয়, তেওঁলোকে চেহেৰা আৰু স্বাস্থ্যৰ যত্ন ল’বলৈ খুব কম সময় পায়| গতিকে শ্ৰীগুণমে তেওঁলোকৰ বাবে এক সহজতম আৰু সৰ্বোত্তম গ্ৰুমিং সমাধানৰ ৰেঞ্জ লৈ আনিছে যাতে পুৰুষৰ বিশেষ প্ৰয়োজনীয়তা আৰু আশাখিনি পূৰ্ণ কৰিব পাৰি|

শ্ৰীগুণম থাকোঁতে আপুনি সূৰূযৰ প্ৰখৰ তাপ বা প্ৰদূষণক লৈ কোনো দুশ্চিন্তা কৰিব নালাগে যি আপোনাৰ শৰীৰৰ দুৰ্গন্ধৰ কাৰক হ’বগৈ পাৰে| আমাৰ প্ৰডাক্টসমূহৰ ফলত আপোনাৰ অব্যৱস্থিত চুলি আৰু আৰু অৱহেলিত ডাঢ়ি অতীতৰ বস্তু হৈ পৰে|

শ্ৰীগুণমৰ প্ৰডাক্টসমূহ পুৰুষৰ কঠিন ছালৰ সুকোমলভাবে য্ত্ন ল’বৰ বাবে তৈয়াৰ কৰা হৈছে, যি পুৰুষক সদায় প্ৰবল আত্মবিশ্বাসী আৰু সুদৰ্শন কৰি ৰাখে|


সতেজতা প্ৰদায়ক চেভিং জেল

M.R.P. :- Rs. 105/-

Net Wt. :- 100 g


হেয়াৰ ষ্টাইলিং জেল

M.R.P. :- Rs. 90/-

Net Wt. :- 100 g


চেভিং ক্ৰীম

M.R.P. :- Rs. 80/-

Net Wt. :- 100 g


আফটাৰ চেভ প্লাচ

M.R.P. :- Rs. 160/-

Net Wt. :- 100 ml


মেন ডিও

M.R.P. :- Rs. 185/-

Net Wt. :- 150 ml


মেন ফেয়াৰনেচ ক্ৰীম

M.R.P. :- Rs. 171/-

Net Wt. :- 100 g


প্ৰিমিয়াম ফেব্ৰিক কালেকচন

M.R.P. :- Rs. 799/-

Qty. :- 1 Pc.