হ’ম  /  সুযোগ   /  গ্লে’জ কিয়
why galway

গ্লে’জ কিয় :-

shadow

ভাৰতৰ এক প্ৰিমিয়াৰ FMCG ডাইৰেক্ট চেলিং কোম্পানী হোৱাৰ গ্লে’জৰ আকাংক্ষাৰ সতে মিল ৰাখি, য’ত বিশ্বমানৰ কোৱালিটি আৰু গ্ৰাহকৰ বিশ্বাস আহৰণ কৰিবপৰা প্ৰডাক্ট থাকিব, গ্লে’জে কেইবাটাও ব্ৰেণ্ডৰ লানিৰ প্ৰাৰম্ভ কৰিছে, যিবোৰ প্ৰডাক্টৰ প্ৰতিটোৰে অনন্য তথা নিৰ্ণায়ক গ্ৰাহকৰ প্ৰতি উচ্চতৰ মানৰ প্ৰস্তাৱনা আছে| ব্যপাক উপভোক্তা আৰু প্ৰডাক্ট উন্নয়নৰ বিষয়ে গৱেষণা কৰাৰ পিছত গ’লৱে ব্ৰেণ্ডে স্পষ্টৰূপত পৃথক বেনেফিটৰ সতে প্ৰডাক্টসমূহ কোৱালিটী বিচৰা গ্ৰাহকৰ বাবে আগবঢ়াই আনিছে|

গ্লে’জৰ অত্যাধুনিক উত্‍পাদন ইউনিট বিলাকত কঠোৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু আদৰ্শজনক নিৰ্মাণ পদ্ধতি পালন কৰা হয়| সমসাময়িক প্ৰযুক্তি আৰু শেহতীয়া নিৰ্মাণ পদ্ধতিৰ ব্যৱহাৰেৰে উচ্চস্তৰীয় প্ৰডাক্ট নিৰ্মাণ কৰা হয়, যিবিলাক মানদণ্ড অনুসৰি অতি উচ্চখাপৰ আৰু গ্ৰাহকৰ বাবেও উত্তম|

অসংখ্য গ্ৰাহক এনগেজমেন্টৰ যোগেদি লাভ কৰা অভূতপূৰ্ব অন্তৰ্দৃষ্টিৰ দ্বাৰা গ্লে’জে ইয়াৰ গৱেষণামূলক উন্নয়নৰ দ্বাৰা অধিক শক্তিশালী, উন্নত মানদণ্ডৰ প্ৰডাক্ট উত্‍পাদনৰ বাবে চেষ্টা কৰি গৈছে, যি গ্ৰাহকৰ সাধাৰণ তথা সহজাত প্ৰয়োজনীয়তা পূৰ্ণ কৰিব পাৰিব| প্ৰডাক্ট ফৰ্মূলেশ্যন বিলাকত আন্তৰ্জাতিক মানৰ নিৰাপদ উপাদান ব্যৱহাৰ কৰা হয়, যিবিলাক নিৰাপত্তা আৰু কৰ্মক্ষমতাৰ দিশৰ পৰা উচ্চখাপৰ হয়|

গ্লে’জৰ “ৰূপবম”, “কল্কিম”, “শ্ৰীগুণম” আৰু “ডান্তোৰাম” ব্ৰেণ্ডৰ পাৰ্ছনেল কেয়াৰ পৰ্টফলিঅ’ই ইতিমধ্যেই গ্ৰাহকৰ পৰা উত্‍সাহজনক সঁহাৰি লাভ কৰিছে| “গৃহশৌৰ্যম” আৰু “কৃষম”ৰ নামেৰে হোম কেয়াৰ আৰু এগ্ৰো ইনপুটবিলাকেও গভীৰ গ্ৰাহক অভিজ্ঞতা সঞ্চয় কৰিবলৈ সক্ষম হৈছে| নিউট্ৰিফ্ল’ ৰেঞ্জৰ পৰা পোৱা স্বাস্থ্যৰ উপকাৰিতাই গ্ৰাহকক আপ্লুত কৰি তুলিছে|